ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Silchar-Guwahati expressway : প্ৰধানমন্ত্ৰীয়ে মাৰ্চত শিলান্যাস কৰিব ২২ হাজাৰ কোটিৰ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৱে প্ৰকল্পৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 20, 2026
Reading Time: 1 min read
A A
0
Silchar-Guwahati expressway : প্ৰধানমন্ত্ৰীয়ে মাৰ্চত শিলান্যাস কৰিব ২২ হাজাৰ কোটিৰ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৱে প্ৰকল্পৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

অহা ১৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) পুনৰ অসম ভ্ৰমণ (Assam visit) লৈ আহিব। এমাহৰ ভিতৰতে এইটো হ’ব প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো অসম ভ্ৰমণ। এইবাৰ তেওঁৰ ভ্ৰমণৰ মুখ্য স্থান হৈছে বৰাক উপত্যকা (Barak velley)। এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে প্ৰধানমন্ত্ৰীৰ এই বৰাক ভ্ৰমণৰ সময়তে গুৱাহাটী-শিলচ (Guwahati-Silchar)ৰ সংযোগী ২২ হাজাৰ কোটি টকাৰ এক্সপ্ৰেছৱে প্ৰকল্প (Expressway Project)ৰ তেওঁ শিলান্যাস (Foundation stone laying) কৰিব। শুকুৰবাৰে শিলচৰত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে এই এক্সপ্ৰেছৱে নিৰ্মাণৰ পিছত গুৱাহাটী আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় বৰ্তমানৰ প্ৰায় ৮ ঘণ্টা কমি চাড়ে চাৰি ঘণ্টা হ’ব। ইতিমধ্যে ইয়াৰ বাবে নিবিদা প্ৰক্ৰিয়াৰ লগতে বন বিভাগৰ সেউজ সংকেতো লাভ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনায়।

| ASSAM TIMES POST
প্ৰধানমন্ত্ৰীয়ে মাৰ্চত শিলান্যাস কৰিব ২২ হাজাৰ কোটিৰ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৱে প্ৰকল্পৰ

তেওঁ লগতে কয় যে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়াও ভালদৰে আগবাঢ়িছে আৰু সোনকালেই এই পথ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণকালত শিলচৰৰ নৱনির্মিত উৰণ সেতুখনো উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয়। আনহাতে, শিলচৰৰ প্ৰস্তাৱিত গ্ৰীণফিল্ড বিমানবন্দৰৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পৰিৱেশ বিভাগৰ অনুমোদন লাভ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয়। অৱশ্যে এই কামৰ বাবে কিছু সময় লাগিব আৰু বিধানসভা নিৰ্বাচনৰ পিছত কাম আৰম্ভ হ’ব বুলিও তেওঁ কয়।

Tags: Silchar-Guwahatiexpressway
Share4Tweet3Send

Related Posts

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx