ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Cabinet I জুবিন হত্যাৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত, ৰাজীৱ শদিয়াৰ পত্নীলৈ চাকৰি; কেবিনেটত আৰু কি কি সিদ্ধান্ত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 27, 2026
Reading Time: 1 min read
A A
0
Tribute I ডিফু ক্লাৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

বৃহস্পতিবাৰে নিশা দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ হৈছে:

Assam Cabinet I
জুবিন হত্যাৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত, কেবিনেটত আৰু কি কি সিদ্ধান্ত:

– জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ফাষ্ট ট্রেক আদালত বা এক্সক্লুচিভ আদালতত চলোৱাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ।
– কণ্ঠশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈলৈ চৰকাৰী চাকৰি। উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰি দিয়াৰ বাবে কেবিনেটত অনুমোদন।

– চাহ শ্ৰমিকৰ অন্তৰ্ৱৰ্তীকালীন মজুৰি বৃদ্ধিৰ সিদ্ধান্ত। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এই মজুৰি ৩০ টকাকৈ বৃদ্ধি।

– ব্ৰহ্মপুত্র উপত্যকাৰ চাহ শ্ৰমিকে পাব দৈনিক ২৮০ টকা মজুৰি।
– বৰাক উপত্যকাৰ চাহ শ্ৰমিকা পাব দৈনিক ২৬৮ টকা মজুৰি।

– লোক নিৰ্মাণ বিভাগৰ ৫৭ কনিষ্ঠ অভিযন্তাৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত।
– মিছন বসুন্ধৰাৰ অধীনত ৩২৬ টা পৰিয়ালক ভূমিপট্টা প্ৰদানৰ সিদ্ধান্ত।

– সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপত ল’ৰা আৰু ছোৱালীৰ বাবে দুটা আৱাস নিৰ্মাণৰ সিদ্ধান্ত।

– মিউজিয়াম নিৰ্মাণৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্র সন্থাক ৮ বিঘা মাটি আবণ্টন

– শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত কৃষি বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে অনুমোদন। নিৰ্মাণ ব্যয় ১২২ কোটি নিৰ্ধাৰণ।

– গুৱাহাটীৰ ধাৰাপুৰত জাহাজ নিৰ্মাণৰ বাবে এটা কোম্পানীক অনুমতি প্ৰদান কেবিনেটৰ।

– ইণ্টিগ্ৰেটেড চি পি আৰ আৰু কণ্টেইনাৰ নিৰ্মাণৰ বাবে ভাৰত এ টু জেড প্ৰাইভেট লিমিটেডে ব্যয় কৰিব ৪৭৫ কোটি।

– শিলচৰত প’ল’ টাৱাৰ হোটেলক এখন পঞ্চ তাৰকাযুক্ত হোটেল নিৰ্মাণৰ অনুমতি প্ৰদান। ইয়াৰ বাবে ব্যয় কৰিব ১০৩ কোটি টকা।

– ২৪১ টা পথ নিৰ্মাণৰ বাবে আৰ আই ডি এফৰ অধীনত ৫১৯ কোটি টকা লোক নিৰ্মাণ বিভাগক অনুমোদন।
– ১১ মাৰ্চত মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় কিস্তিৰ ধন মুকলিৰ সিদ্ধান্ত। ইয়াৰ বাবে প্ৰয়োজনীয় ১৩০ কোটি টকা অনুমোদন।

– পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকভিত্তিক কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত।
– ৪৫ বছৰৰ ওপৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই সিদ্ধান্ত প্ৰযোজ্য হ’ব।
– ৩৩,৬৫৬ গৰাকী আশাকৰ্মী আৰু ২,৫৭০ গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি প্ৰদানৰ সিদ্ধান্ত।

– ১০ মাৰ্চৰ পুৱা ১১ বজাত ৰাজ্যৰ ৪৯ লাখ ৭০ হাজাৰ অৰুণোদয় হিতাধিকাৰীলৈ ৯ হাজাৰ টকাকৈ হস্তান্তৰৰ সিদ্ধান্ত। ইয়াৰ বাবে এটা দিনত ৰাজ্য চৰকাৰৰ ব্যয় হ’ব ৩৬০০ কোটি টকা।

– ৪ মাৰ্চত উদ্বোধন হ’ব গুৱাহাটীৰ ভৰলুমুখৰ উৰণ সেতু। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী দীনেশ গোস্বামীৰ নামত উছৰ্গা কৰা হ’ব।
– ১১ মাৰ্চত মুকলি কৰা হ’ব যোৰহাটৰ উৰণ সেতু।

– ১১ মাৰ্চত ডিফু, লামডিং, লংকা, তিনিচুকীয়া আৰু দুলীয়াজানৰ উৰণ সেতু মুকলিৰ পৰিকল্পনা।
– গুৱাহাটীৰ চানমাৰিৰ উৰণ সেতু ১০ মাৰ্চত মুকলি কৰা হ’ব।

Tags: কেবিনেটত আৰু কি কি সিদ্ধান্তজুবিন হত্যাৰ গোচৰফাষ্ট ট্ৰেক আদালততৰাজীৱ শদিয়াৰ পত্নীলৈ চাকৰ;
Share4Tweet3Send

Related Posts

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx