ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Zubeen Garg Murder Case : শ্যামকানু মহন্তৰ ফ্ৰীজ একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 2, 2026
Reading Time: 1 min read
A A
0
Zubeen Garg Murder Case : শ্যামকানু মহন্তৰ ফ্ৰীজ একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ

RELATED POSTS

Yaba tablet seized : আমিনগাঁৱত উদ্ধাৰ ৪০,০০০ য়াবা টেবলেট

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

New Logo Smal | ASSAM TIMES POST

সোমবাৰে জুবিন গাৰ্গৰ হত্যা গোচৰ (Zubeen Garg Murder case)ৰ শুনানি অনুষ্ঠিত হয় কামৰূপ জিলা সত্ৰ ন্যায়ধীশৰ আদালত (Kamrup District Court)ত। এই শুনানিত শ্যামকানু মহন্ত (Shyamkanu Mahanta)ৰ ফ্ৰীজ হৈ থকা বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ (Instructions to open a bank account) দিয়ে আদালতে। কাৰিকৰী আসোঁৱাহৰ বাবে এই বেংক একাউণ্ট ফ্ৰীজ কৰা বুলি উল্লেখ কৰি ইয়াক খুলি দিয়াৰ নিৰ্দেশ দিয়ে আদালতে। লগতে আদালতে কয় যে এছ আই টিয়ে একাউণ্ট ফ্ৰীজ কৰাৰ ক্ষেত্ৰত আইনৰ নিৰ্দিষ্ট ধাৰা মানি চলা নাছিল।

mahan1 | ASSAM TIMES POST
শ্যামকানু মহন্তৰ ফ্ৰীজ একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ

ইফালে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিয়াটো বেয়া খবৰ আৰু তেওঁলোকৰ বাবে দুখলগা বুলি উল্লেখ কৰে৷ আনহাতে, জুবিন গাৰ্গৰ হত্যা গোচৰৰ বাবে ফাষ্টট্ৰেক আদালত গঠন সন্দৰ্ভত তেওঁলোকে একো নাজানে বুলি উল্লেখ কৰে। গোচৰটোৰ বাবে ১৯ মার্চত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ShyamkanuMahantaZubeenMurdercase
Share4Tweet3Send

Related Posts

Yaba tablet seized : আমিনগাঁৱত উদ্ধাৰ ৪০,০০০ য়াবা টেবলেট
Guwahati

by News Desk
October 12, 2026
51
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪
Guwahati

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

by News Desk
October 8, 2026
61
Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি
Guwahati

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

by News Desk
October 7, 2026
54
Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত
Guwahati

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

by News Desk
October 6, 2026
51
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

by News Desk
October 5, 2026
52
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
October 4, 2026
53
ADVERTISEMENT
Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ
National-International

October 13, 2026
50
Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

October 13, 2026
Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা

Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা

October 13, 2026
India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

October 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d