ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Drugs recovered : খটখটীত ড্ৰাগছসহ এজন যুৱকক আটক

ষ্টাফ ৰিপ'ৰ্টাৰ:

News Desk by News Desk
March 31, 2026
Reading Time: 1 min read
A A
0
Drugs recovered : খটখটীত ড্ৰাগছসহ এজন যুৱকক আটক

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

কাৰ্বি আংলঙৰ খটখটী (Khatkhati of Karbi Anglong) থানাৰ অন্তৰ্গত টিলাবস্তিৰ শান্তিগাঁৱত ড্ৰাগছসহ এজন যুৱকক আটক (Youth arrested with drugs)। খটখটীয়ে আৰক্ষীয়ে নাকা তালাচী চলোৱাৰ সময়ত মঙলবাৰে দুপৰীয়া সন্দেহযুক্ত ড্ৰাগছসহ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত খটখটী থানাৰ আৰক্ষী বিষয়া সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত এই অভিযান চলোৱা হয়। তেওঁৰ সৈতে উপ-পৰিদৰ্শক দেৱাশিস বৰা, অমৰজ্যোতি গগৈ আৰু প্ৰিয়ংক বৰদলৈ আৰু থানাৰ আৰক্ষীৰ দলে নাকা তালাচী চলাই থকাৰ সময়তে এজন যুৱক সন্দেহজনকভাৱে খোজকাঢ়ি গৈ থকা অৱস্থাত ধৰা পৰে।

drugs | ASSAM TIMES POST
খটখটীত ড্ৰাগছসহ এজন যুৱকক আটক

পিছত আৰক্ষীয়ে যুৱকজনক তালাচী চলোৱাত তেওঁৰ বেগৰ ভিতৰত লুকুৱাই অনা প্ৰায় ২৪টা কণ্টেইনাৰৰ মাজত ৫.৯১ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ (Drug seizure) কৰে। উদ্ধাৰ হোৱা এই ড্ৰাগছখিনি হেৰ’ইন বুলি সন্দেহ কৰা হৈছে। আটক কৰা যুৱকজন গোলাঘাট জিলাৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত ৩নং ৰাজাপুখুৰীৰ আব্দুল জলিলৰ পুত্ৰ মহম্মদ আব্দুল কালাম (২১) বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে খটখটী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Tags: Drugsrecovered
Share4Tweet3Send

Related Posts

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
ADVERTISEMENT
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx