ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Raghav Chadda : ৰাঘৱ চাদ্দাক পদৰ পৰা অপসাৰণ, ৰাজ্যসভাৰ যুৱ সাংসদজনলৈ কিয় নাৰাজ আপ নেতৃত্ব

নিউজ ডেস্কঃ

News Desk by News Desk
April 2, 2026
Reading Time: 1 min read
A A
0
Raghav Chadda : ৰাঘৱ চাদ্দাক পদৰ পৰা অপসাৰণ, ৰাজ্যসভাৰ যুৱ সাংসদজনলৈ কিয় নাৰাজ আপ নেতৃত্ব

RELATED POSTS

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

New Logo Smal 4 | ASSAM TIMES POST

আম আদমী পাৰ্টী (Aam Aadmi Party)ৰ যুৱ প্ৰজন্মৰ নেতা ৰাঘৱ চাদ্দা (Raghav Chadda)ক ৰাজ্যসভাৰ উপ-দলপতি (Deputy Leader of the Rajya Sabha) পদৰ পৰা অপসাৰণ (Removal from position)। অৰবিন্দ কেজৰিৱালৰ দলে ৰাজ্যসভা সচিবালয়লৈ পত্ৰ প্ৰেৰণ কৰি দলটোৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। পঞ্জাৱৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত শিক্ষাবিদ অশোক মিট্টালক ৰাঘৱৰ ঠাইত উপ-নেতা হিচাপে নিযুক্তি দিয়া হ’ব। ৰাজ্যসভা সচিবালয়লৈ প্ৰেৰণ কৰা এখন পত্ৰত কেজৰিৱালৰ দলটোৱে লগতে কয় যে আপৰ নিৰ্ধাৰিত সময়ৰ পৰা চাদ্দাক কথা কোৱাৰ সুযোগ দিয়া নহ’ব। যদিও সংসদীয় নিয়ম অনুসৰি অধিৱেশনৰ সময়ত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ ক্ষমতা ৰাজ্যসভাৰ অধ্যক্ষৰ হাতত আছে।

যোৱা দুবছৰ ধৰি আপৰ কাৰ্যসূচীত নিয়মীয়াকৈ অনুপস্থিত হৈ আছে চাদ্দা। যোৱা বছৰ দিল্লী বিধানসভাৰ নিৰ্বাচনত প্ৰচাৰ চলোৱা দেখা পোৱা নগ’ল তেওঁক। আবকাৰী দুৰ্নীতিৰ গোচৰত দোষমুক্ত হোৱাৰ পিছতো চাদ্দাই সাক্ষাৎ কৰা নাছিল আপৰ মুৰব্বী কেজৰিৱালক।

chadda1 | ASSAM TIMES POST
ৰাঘৱ চাদ্দাক পদৰ পৰা অপসাৰণ, ৰাজ্যসভাৰ যুৱ সাংসদজনলৈ কিয় নাৰাজ আপ নেতৃত্ব

বিগত কেইমাহমানৰ পৰা তেওঁ বিজেপিত যোগদান কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। এই পৰিস্থিতিত সেই জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে। দলৰ কাৰ্যসূচীৰ লগত জড়িত নহ’লেও ৰাজ্যসভাৰ অধিৱেশন আৰু ছ’চিয়েল মিডিয়াত বিভিন্ন বিষয়ত মাত মাতি থকা দেখা গৈছে চাদ্দাক।

কিন্তু আপৰ ৰাজ্যসভাৰ নেতা সঞ্জয় সিঙৰ সৈতে তেওঁৰ সমন্বয়ৰ অভাৱ বহুবাৰ লক্ষ্য কৰা হৈছে। শেহতীয়াকৈ চাদ্দাই গিগ কৰ্মীৰ অধিকাৰ সন্দৰ্ভত মাত মাতিছে। জনপ্ৰতিনিধিৰ জবাবদিহিতাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। টেলিকম কোম্পানীসমূহৰ ৰিচাৰ্জ কেলেংকাৰীৰ সন্দৰ্ভতো তেওঁ মাত মাতিছে। তাৎপৰ্যপূৰ্ণভাৱে বিৰোধী শিবিৰৰ এটা অংশই দাবী কৰিছে যে যোৱা কেইমাহমানৰ পৰা চাদ্দাই যিবোৰ বিষয়ত মাত মাতিছে, সেইবোৰ বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰেও ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে। কিছুবছৰ পূৰ্বেও চাদ্দাক পত্নী তথা বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ সৈতে মনোৰঞ্জন জগতত প্ৰৱেশ কৰা দেখা গৈছিল। ইতিমধ্যে তেওঁ মডেল হিচাপে ফেশ্বন ৰেম্পত আত্মপ্ৰকাশ কৰিছে। এইবাৰ নতুন পাৰ্টীত অভিষেক ঘটোৱাৰ পাল নেকি তেওঁৰ তাক লৈ চৰ্চা চলিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RaghavChadda
Share4Tweet3Send

Related Posts

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ
National-International

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

by News Desk
September 10, 2026
50
Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে
National-International

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

by News Desk
September 9, 2026
51
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ
National-International

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

by News Desk
September 9, 2026
51
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

by News Desk
September 9, 2026
52
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

by News Desk
September 9, 2026
53
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প
National-International

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

by News Desk
September 9, 2026
53
ADVERTISEMENT
Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ
National-International

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

September 10, 2026
50
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

September 10, 2026
50
Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি
Assam

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

September 10, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

অসম-বংগ সীমান্তত ১৩টা সন্দেহযুক্ত চোৰাং গৰু জব্দ, আটক চাৰিজন

September 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

September 10, 2026
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

September 10, 2026
Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d