ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Emergency landing : মাজ আকাশত হঠাতে হোৱা ধুমুহা-বৰষুণত কৰ্ণাটক অভিমুখী বিমান, প্ৰায় চাৰি ঘণ্টা ঘূৰিব থাকিল আকাশতে

নিউজ ডেস্কঃ

News Desk by News Desk
April 20, 2026
Reading Time: 1 min read
A A
0
Emergency landing : মাজ আকাশত হঠাতে হোৱা ধুমুহা-বৰষুণত কৰ্ণাটক অভিমুখী বিমান, প্ৰায় চাৰি ঘণ্টা ঘূৰিব থাকিল আকাশতে

RELATED POSTS

Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

New Logo Smal 1 | ASSAM TIMES POST

হায়দৰাবাদৰ পৰা কৰ্ণাটকৰ হুবল্লীলৈ যোৱা পথত (Road to Huballi) মাজ আকাশত সংঘটিত হয় এক দুৰ্ঘটনা (Accident)। দেওবাৰে প্ৰায় চাৰি ঘণ্টা ধৰি এখন ফ্লাই৯১ বিমান (Fly 91 airplane) আকাশত ঘূৰি ফুৰিবলগা হয়। সংবাদ মাধ্যম পিটিআইৰ সূত্ৰৰ উদ্ধৃতি মতে, বেয়া বতৰৰ বাবে বিমানখন অৱতৰণ কৰাত বাধাৰ সন্মুখীন হয়। অৱশ্যে আন একাংশ সূত্ৰই দাবী কৰিছে যে বিমানখনত যান্ত্ৰিক বিজুতি ঘটে। ইয়াৰ বাবে পাইলটে বিমানখন অৱতৰণ কৰাৰ সাহস নাপালে। অৱশেষত সন্ধিয়া প্ৰায় ৬.৩০ বজাত বেংগালুৰু বিমানবন্দৰত বিমানখনে অৱতৰণ কৰে। নিশা ১১ বজাত মূল গন্তব্যস্থান হুবলীত উপস্থিত হয় যাত্ৰীসকল।

fly1 | ASSAM TIMES POST
ফ্লাই৯১ৰ IC3401 বিমান ৰজৰুৰী অৱতৰণ

বিয়লি ৩ বজাত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল ফ্লাই৯১ৰ IC3401 বিমানখন। বিয়লি ৪.৩০ বজাৰ ভিতৰত বিমানখন হুবল্লীত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু হুবল্লীৰ আকাশ পোৱাৰ পিছতো পাইলটে বিমানখন অৱতৰণ (Emergency landing) কৰিব নোৱাৰিলে। ধুমুহা বৰষুণৰ বাবে আবদ্ধ হৈ পৰে। লগে লগে পাইলটে অৱতৰণৰ সিদ্ধান্ত বাতিল কৰে।

সূত্ৰ অনুসৰি, ইয়াৰ পিছতে বিমানখনে প্ৰায় চাৰি ঘণ্টা ধৰি আকাশত ঘূৰি থাকে। কৰ্ণাটকৰ বিভিন্ন চহৰত অৱতৰণ কৰাৰ চেষ্টা চলাইছিল বিমানখনে। কিন্তু পাইলটে অৱতৰণ কৰিবলৈ নিৰাপদ ঠাই বিচাৰি নাপালে। এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰো (ATC) অনুমতি পোৱা নগ’ল। জানিব পৰা মতে, বিমানখনত ২২ জন যাত্ৰী আছিল। অৱতৰণৰ সমস্যাৰ কথা শুনি তেওঁলোক আতংকিত হৈ পৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: emergencylanding
Share4Tweet3Send

Related Posts

Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ
National-International

by News Desk
August 20, 2026
50
Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ
National-International

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

by News Desk
August 20, 2026
50
Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত
National-International

Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

by News Desk
August 20, 2026
50
Indian Citizenship : এতিয়াৰে পৰা জিলা আয়ুক্তই প্ৰদান কৰিব নাগৰিকত্ব, অসমকে ধৰি আঠ ৰাজ্যৰ কা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰৰ

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?

ADVERTISEMENT
Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ
National-International

Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ

August 20, 2026
50
Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং
DIPHU

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

August 20, 2026
50
Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ
National-International

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

August 20, 2026
50
Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত
National-International

Vande Mataram : কংগ্ৰেছে বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱকে গাব, কাৰ্যকৰী সমিতিৰ বৈঠকত সিদ্ধান্ত

August 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ

Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ

August 20, 2026
Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

August 20, 2026
Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

August 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d