ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

Staff Reporter by Staff Reporter
April 27, 2026
Reading Time: 1 min read
A A
0
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

২০১৪ চনৰ ৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানে এটা যুগ অতিক্ৰম কৰিলে। প্ৰতিমাহৰ শেষৰ দেওবাৰে অনুষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Modi) ‘মন কি বাত’ অনুষ্ঠানে ২৬ এপ্ৰিলত ১৩৩ সংখ্যক খণ্ডত প্ৰৱেশ কৰে।

PM Modi I
লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব:

উল্লেখ্য যে অসমকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ মাজতে মোদীৰ মাহেকীয়া ৰেডিঅ’ বাৰ্তা সম্প্ৰচাৰ হৈছিল। মোদীৰ ভাষণত ২০২৭ চনৰ লোকপিয়ল আৰু অগতানুগতিক শক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

দেওবাৰে মন কি বাত কাৰ্যসূচীত মোদীয়ে কয় যে লোকপিয়লৰ কাৰ্যসূচী কেৱল চৰকাৰী চাকৰি নহয়, ই সকলো নাগৰিকৰ দায়িত্ব আৰু সকলোৰে অংশগ্ৰহণ অতি গুৰুত্বপূৰ্ণ।

ইয়াৰ লগতে তেওঁ আশ্বাস দিয়ে, “লোকপিয়লৰ সময়ত নাগৰিকে প্ৰদান কৰা সকলো তথ্য নিৰাপদ আৰু গোপনীয় হ’ব।” তেওঁ কয় যে ২০২৭ চনৰ লোকপিয়ল ডিজিটেলাইজ কৰা হৈছে। ডিজিটেল মাধ্যমেৰে পোনপটীয়াকৈ সকলো তথ্য ৰেকৰ্ডিং কৰা হৈছে। তেওঁ দাবী কৰে যে ই সম্পূৰ্ণ নিৰাপদ।

পশ্চিম এছিয়াৰ যুদ্ধই হৰমুজ প্ৰণালীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জটিলতাৰ বাবে সমগ্ৰ বিশ্বতে শক্তি যোগানত ব্যাঘাত জন্মাইছে। এই পৰিস্থিতিত এইবাৰ মোদীৰ ৰেডিঅ’ ভাষণত অগতানুগতিক শক্তিৰ ব্যৱহাৰে বিশেষ গুৰুত্ব লাভ কৰিছে।

এই ক্ষেত্ৰত ভাৰতে যথেষ্ট সফলতা লাভ কৰিছে বুলি দাবী কৰি তেওঁ কয়, “দেশৰ বায়ু শক্তি উৎপাদন ক্ষমতাই ৫৬ গিগাৱাট অতিক্ৰম কৰিছে। দেশখনে বিদ্যুৎ ৰাহি কৰাৰ লগতে স্বচ্ছ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে।” তেওঁ লগতে দাবী কৰে যে যোৱা এবছৰত প্ৰায় ৬ গিগাৱাট নতুন বায়ু শক্তি উৎপাদন হৈছে।

ভাৰতৰ উন্নয়নৰ বাবে সৌৰ আৰু বায়ু শক্তি অপৰিহাৰ্য বুলি উল্লেখ কৰি মোদীয়ে কয়, “এয়া কেৱল পৰিৱেশৰ কথা নহয়; ই আমাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কথা। ইয়াত আমাৰ সকলোৰে ভূমিকা আছে।” প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে ২০৩০ চনৰ ভিতৰত বায়ু শক্তিৰ ক্ষমতা ১০০ গিগাৱাট আৰু ২০৩৬ চনৰ ভিতৰত ১৫৬ গিগাৱাট হ’ব, যিয়ে ২০৭০ চনৰ ভিতৰত নেট-জিৰ’ৰ লক্ষ্যত যথেষ্ট অৰিহণা যোগাব।

Tags: গোপনীয় হৈ থাকিবমন কি বাতত মোদীৰ আশ্বাসলোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য
Share4Tweet3Send

Related Posts

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই
National-International

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

by News Desk
June 29, 2026
50
Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’
National-International

Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

by News Desk
June 29, 2026
50
Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক
National-International

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

by News Desk
June 29, 2026
50
ঝাৰখণ্ডত ককায়েকৰ মূৰ কাটি ভায়েকৰ ছেলফি! গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Killer man । ১৫ হাজাৰ লোকক হত্যা কৰাৰ ষড়যন্ত্ৰ, ১৫ দিনৰ প্ৰস্তুতিত ঘৰৰ পৰা উদ্ধাৰ ৩০ হাজাৰ কেপচুল, ৫০ কেজি বিষ

by Staff Reporter
June 29, 2026
50
Delhi heatwave I নয়ডাত ১৪ ব্যক্তিৰ ৰহস্যজনক মৃত্যু, পথৰ পৰা উদ্ধাৰ সকলোৰে মৃতদেহ
National-International

Delhi heatwave I ধূলিৰ ধুমুহাত আবৃত দিল্লী-এনচিআৰ, ৰাজধানীত সতৰ্কতা জাৰি

by Staff Reporter
June 29, 2026
50
PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ
National-International

PM Modi । বিদেশৰ সংসদত ২০ বাৰ বক্তৃতা দিয়া প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ অভিলেখ

by Staff Reporter
June 29, 2026
50
ADVERTISEMENT
Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই
National-International

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

June 29, 2026
50
Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’
National-International

Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

June 29, 2026
50
Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক
National-International

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

June 29, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

June 29, 2026
Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

June 29, 2026
Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx