ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

News Desk by News Desk
April 30, 2026
Reading Time: 1 min read
A A
0
Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

RELATED POSTS

Yaba tablet seized : আমিনগাঁৱত উদ্ধাৰ ৪০,০০০ য়াবা টেবলেট

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

New Logo Smal 2 | ASSAM TIMES POST

কাৰাগাৰতে থাকিব লাগিব জুবিন গাৰ্গ হত্যা গোচৰৰ (Zubeen murder case) অন্যতম অভিযুক্ত শ্যামকানু মহন্ত (Accused Shyamkanu Mahant)। গুৱাহাটীৰ ফাষ্ট ট্ৰেক আদালতত চলি থকা জুবিন হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত বৃহস্পতিবাৰে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ (Bail application rejected) কৰে আদালতে। গোচৰটোৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন শর্মিলা ভূঞাৰ আদালতে নাকচ কৰে। উল্লেখ্য যে যোৱা ১০ এপ্ৰিলত ফাষ্ট ট্ৰেক আদালতত অন্যতম অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে আবেদন কৰিছিল।

shym1 | ASSAM TIMES POST
কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

আনহাতে, ২২ আৰু ২৩ এপ্ৰিলত এই জামিন আবেদনৰ ওপৰত হোৱা শুনানিৰ অন্তত ৰায় সংৰক্ষিত ৰাখে আৰু বৃহস্পতিবাৰে ৰায়দান কৰে। ইয়াৰ উপৰি শ্যামকানু মহন্তৰ পৰা যিবোৰ সামগ্ৰী জব্দ কৰা হৈছিল সেইবোৰ মোকলাই দিবলৈ কৰা আবেদনো আদালতে খাৰিজ কৰে। ৰায়দান সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে কয় যে ‘ঘটনা সংঘটিত হোৱাৰ পাছত জুবিন গাৰ্গক সহায় কৰাৰ পৰিৱৰ্তে শ্যামকানু মহন্ত মালয়েছিয়ালৈ পলাই গৈছিল। তাৰ পৰা তেওঁক জাননী দিহে অনা হয়। তেওঁক জামিন দিলে পুনৰ পলাই যোৱাৰ সম্ভাৱনা আছে। ইফালে ২ মে’ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায়দান কৰিব বুলিও তেওঁ উল্লেখ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ZubeenMurdercase
Share4Tweet3Send

Related Posts

Yaba tablet seized : আমিনগাঁৱত উদ্ধাৰ ৪০,০০০ য়াবা টেবলেট
Guwahati

Yaba tablet seized : আমিনগাঁৱত উদ্ধাৰ ৪০,০০০ য়াবা টেবলেট

by News Desk
October 12, 2026
51
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪
Guwahati

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

by News Desk
October 8, 2026
61
Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি
Guwahati

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

by News Desk
October 7, 2026
54
Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত
Guwahati

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

by News Desk
October 6, 2026
51
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

by News Desk
October 5, 2026
52
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
October 4, 2026
53
ADVERTISEMENT
Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ
National-International

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

October 13, 2026
50
Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা
National-International

Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা

October 13, 2026
50
India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ
National-International

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

October 13, 2026
50
Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

October 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

October 13, 2026
Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা

Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা

October 13, 2026
India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

October 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d