ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

News Desk by News Desk
May 5, 2026
Reading Time: 1 min read
A A
0
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

RELATED POSTS

অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ

Protests Erupt Over Alleged Secret Transfer of Elephant ‘Durga’ From Manas to Kerala

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

New Logo Smal | ASSAM TIMES POST

সদয় সমাপ্ত অসম বিধানসভা নিৰ্বাচন (Assam Legislative Assembly Election)ত চমকপ্ৰদ সফলতাৰে পুনৰ শাসনৰ বাঘজৰী ধৰি ৰাখিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে (BJP-led alliance)। ইয়াৰ বিপৰীতে একপ্ৰকাৰ ধূলিসাৎ হৈছে বিৰোধী মিত্ৰজোঁট। আনকি বিধানসভাত বিৰোধীৰ আসন (Opposition seats in the legislative assembly)ত বহিব পৰাকৈয়ো আসন সংখ্যা লাভ কৰা নাই কোনো এটা বিৰোধী দলে। ফলত আগন্তুক অসম বিধানসভাত বিৰোধী দলপতি নথকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উল্লেখ্য যে সোমবাৰে প্ৰকাশিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি, বিজেপিয়ে ৮২ খন আসন, কংগ্ৰেছে ১৯ খন, বিপিএফে ১০ খন, অসম গণ পৰিষদে ১০ খন, এআইইউডিএফে ২ খন, ৰাইজৰ দলে ২ খন আৰু তৃণমূল কংগ্ৰেছে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে।

assam1 | ASSAM TIMES POST
বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

ইতিমধ্যে বিজেপিয়ে অকলে ১২৬ জনীয়া অসম বিধানসভাত চৰকাৰ গঠনৰ বাবে যি যোগ্য়তা সেয়া অৰ্জন কৰিছে যদিও নিৰ্বাচনৰ পূৰ্বৰ মিত্ৰতা অনুসৰি অসম গণ পৰিষদ আৰু বিপিএফ চৰকাৰৰ অংশীদাৰ হ’ব। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এইবাৰ অসম বিধানসভাত বিৰোধীৰ আসনত কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল আৰু তৃণমূল কংগ্ৰেছ থাকিব যদিও বিৰোধী দলপতি হয়তো কোনো নাথাকিব।

কিয়নো বিধানসভাৰ প্ৰচলিত নিয়ম অনুসৰি কোনো এটা বিৰোধী দলে যদি বিধানসভাৰ মুঠ আসনৰ ন্যূনতম এক ষষ্ঠাংশ আসন লাভ কৰে তেতিয়াহে বিৰোধী দলপতিৰ আসন লাভ কৰিব পাৰে। সেই অনুসৰি বিৰোধী দলপতিৰ আসন লাভ কৰিবৰ বাবে কোনো এটা বিৰোধী দলক সৰ্বনিম্ন ২১ খন আসনৰ প্ৰয়োজন। কিন্তু কংগ্ৰেছে সৰ্বাধিক ১৯ খন আসনহে লাভ কৰিছে। সেয়ে আগন্তুক বিধানসভাত বিৰোধী দলপতিৰ আসনখন শূন্য হৈ থাকিব নেকি তাক লৈ এতিয়া চৰ্চা চলিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AssamAssembly
Share4Tweet3Send

Related Posts

অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ
Assam

অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰ অভিযোগ : অসম সচিবালয়ৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ

by News Desk
September 10, 2026
56
Protests Erupt Over Alleged Secret Transfer of Elephant ‘Durga’ From Manas to Kerala
Assam

Protests Erupt Over Alleged Secret Transfer of Elephant ‘Durga’ From Manas to Kerala

by News Desk
September 10, 2026
52
Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি
Assam

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

by News Desk
September 10, 2026
56
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

অসম-বংগ সীমান্তত ১৩টা সন্দেহযুক্ত চোৰাং গৰু জব্দ, আটক চাৰিজন

by News Desk
September 10, 2026
55
চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল
Assam

চিৰাঙত আৰক্ষী বিষয়াৰ বাহনে মহটিয়ালে দুখন ই-ৰিক্সা আৰু এখন মটৰচাইকেল

by News Desk
September 10, 2026
53
Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

by News Desk
September 8, 2026
52
ADVERTISEMENT
Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ
National-International

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

September 11, 2026
50
Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ
National-International

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

September 11, 2026
50
Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
Guwahati

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
52
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন
National-International

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

Sonam Wangshuk : লাডাখৰ সমস্যা সমধানৰ বাবে কেন্দ্ৰক এসপ্তাহৰ সময়, আন এক আন্দোলনৰ হুংকাৰ ৱাংচুকৰ

September 11, 2026
Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

Putin India visit : তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, শুকুৰবাৰে মোদীৰ সৈতে সাক্ষাৎ

September 11, 2026
Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d