ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

News Desk by News Desk
June 2, 2026
Reading Time: 1 min read
A A
0
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

নীট প্ৰশ্নকাকত (NEET question paper) ফাদিল গোচৰ (Leak case)ত এইবাৰ মহাৰাষ্ট্ৰৰ প্ৰশাসনে পুনেত গ্ৰেপ্তাৰ (Arrested in Pune) হোৱা ৰসায়ন বিজ্ঞানৰ অধ্যাপক (Professor of Chemistry) পি ভি কুলকাৰ্ণী (P V Kulkarni)ৰ ঘৰত চলালে বুলড’জাৰ। অধ্যাপকজনৰ ঘৰৰ এটা অংশ বুলড’জাৰেৰে ভাঙি পেলোৱা হয়। স্থানীয় প্ৰশাসনে দাবী কৰিছে যে ঘৰটোৰ উক্ত অংশটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল। সেইবাবেই ইয়াক ভাঙি পেলোৱা হৈছে। পৌৰ নিগমে দাবী কৰিছে যে অভিযুক্ত অধ্যাপকগৰাকীৰ ঘৰ ভাঙি পেলোৱা অংশটো নিৰ্মাণৰ বাবে কোনো অনুমতি লোৱা হোৱা নাছিল। ইয়াৰ পিছত অধ্যাপকজনলৈ জাননী পঠিওৱা হয়। জাননীত ঘৰটোৰ উক্ত অংশটো ভাঙি পেলাবলৈ কোৱাৰ লগতে তেওঁক সকীয়াই দিয়াও হয়। অভিযোগ কৰা হৈছে যে তাৰ পিছতো অধ্যাপকগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইয়াৰ পিছত মঙলবাৰে অধ্যাপকজনৰ ঘৰত বুলড’জাৰ উপস্থিত হয়। লগত আছিল পৌৰ নিগমৰ বিষয়াসকল। আৰক্ষী আৰু পৌৰ নিগমৰ বিষয়াৰ উপস্থিতিত অধ্যাপকগৰাকীৰ অবৈধ নিৰ্মাণকাৰ্য ভাঙি পেলোৱা হয়।

neet | ASSAM TIMES POST
নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

উল্লেখ্য যে যোৱা ৩ মে’ত অনুষ্ঠিত নীটৰ অলপ সময়ৰ পিছতে গম পোৱা যায় যে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে। এই ঘটনাত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰে। ইয়াৰ পিছতে ১২ মে’ত নীট পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰা হয়। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এজনৰ পিছত আনজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰা হয়। প্ৰশ্নকাকত ফাদিল গোচৰৰ অন্যতম অভিযুক্ত কুলকাৰ্ণীক যোৱা ১৫ মে’ত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ ঘৰতে গোপনে নীটৰ কোচিং দি আছিল। চিবিআইৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ফাদিল হোৱা প্ৰশ্নকাকতখন তেওঁ নিজৰ প্ৰশিক্ষকসকলৰ হাতত লাখ টকাৰ বিনিময়ত গতাই দিয়ে। উল্লেখ্য যে এই অধ্যাপকজন নীটৰ প্ৰশ্নকাকত প্ৰস্তুত কৰিবলৈ গঠন কৰা পেনেলত আছিল।

Tags: NEETPaerleakNEETUGPaerleakcase
Share4Tweet3Send

Related Posts

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা
National-International

by News Desk
August 18, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

by News Desk
August 18, 2026
50
Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 18, 2026
50
Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক

ADVERTISEMENT
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা
National-International

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

August 18, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

August 18, 2026
50
Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

August 18, 2026
50
Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন
National-International

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

August 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

August 18, 2026
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

August 18, 2026
Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

August 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT