ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

News Desk by News Desk
July 24, 2026
Reading Time: 1 min read
A A
0
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Modi) বৃহস্পতিবাৰে মাজনিশা ভিডিঅ’ বাৰ্তা (Mid night video message)ৰ জৰিয়তে নীট কাণ্ডৰ (NEET incident) লগত জড়িত অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস (Assurance of taking action) দিয়ে। তেওঁৰ মাজনিশাৰ এই বাৰ্তাক উপহাস কৰিছে কংগ্ৰেছে (Mocking the Congress in message)। মোদীৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ কথা উল্লেখ কৰি তেওঁলোকে প্ৰধানমন্ত্ৰীক উপহাস কৰি কয় যে মাজনিশা মোদীয়ে মনৰ কথা কোৱাতকৈ সংসদলৈ আহি বক্তব্য দিব লাগে। অৱশ্যে সংসদত এই বিষয়ত আলোচনা কৰাৰ পূৰ্বে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰো দাবী জনাইছে।

শুকুৰবাৰেও নীট কাণ্ডক লৈ ব্যস্ত হৈ পৰে সংসদ। সংসদৰ দুয়োখন সদনত পৰ্যায়ক্ৰমে অধিৱেশন স্থগিত ৰখা হয়। পিছত সমগ্ৰ দিনটোৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰখা হয়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত বিৰোধী দলৰ সাংসদসকলে সংসদ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। লগতে লোকসভাৰ ভিতৰতো তেওঁৰ পদত্যাগৰ দাবীত শ্লোগান উত্থাপন কৰে।

modi 3 | ASSAM TIMES POST
মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

বৃহস্পতিবাৰে নিশা মোদীৰ ভিডিঅ’ বাৰ্তাৰ পিছতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি লিখিছে, “মাননীয় মোদী, আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাইছে। আপোনাৰ মাজনিশাৰ কৰুণ ভিডিঅ’টোৰে তেওঁলোকৰ বুদ্ধিমত্তাক অপমান নকৰিব।” ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক তিনিটা দাবীৰ কথা সোঁৱৰাই দিয়ে। সেইবোৰ হ’ল ১) ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, ২) ছাত্ৰ প্ৰহাৰ কাণ্ডত অভিযুক্তসকলক শাস্তি দিয়া আৰু ৩) ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচৰা।

আনহাতে, কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেয়েও মোদীক লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰীয়ে একপক্ষীয়ভাৱে নিজৰ মনৰ কথা কোৱাৰ পৰিৱৰ্তে লোকসভাৰ অধিৱেশনত উপস্থিত থাকি নিজৰ বক্তব্য দাঙি ধৰিব লাগে বুলি মন্তব্য কৰে। মোদীক এই অৱস্থাৰ কথা সোঁৱৰাই দি খাৰ্গেয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “ধৰ্মেন্দ্ৰ প্ৰধানক বৰ্খাস্ত কৰক আৰু আজি সংসদলৈ আহক।” ৰাহুল গান্ধীৰ তিনিটা দাবীৰো পুনৰাবৃত্তি কৰি খাৰ্গেয়ে লগতে কয়, “যদি (প্ৰধানমন্ত্ৰীয়ে) এই দাবীসমূহ মানি লয়, তেন্তে তেওঁ দেশৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত বিতং আলোচনাৰ বাবে প্ৰস্তুত হওক।”

Tags: Modivideomessage
Share4Tweet3Send

Related Posts

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই
National-International

by News Desk
July 24, 2026
50
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 24, 2026
50
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

by News Desk
July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

by Staff Reporter
July 23, 2026
50
ADVERTISEMENT
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

July 24, 2026
50
CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই
National-International

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
50
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026
50
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

July 24, 2026
CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT