ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
September 3, 2026
Reading Time: 1 min read
A A
0
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

RELATED POSTS

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

New Logo Smal 4 | ASSAM TIMES POST

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ উদ্যোগত ডিফুত (Diphu) বিশেষ প্ৰচাৰ কাৰ্যসূচী। কেন্দ্ৰীয় যোগাযোগ ব্যুৰো ডিফুৰ উদ্যোগত আৰু ক্লিৰদাপ শংকৰদেৱ শিশু নিকেতনৰ সহযোগত নিকেতনৰ প্ৰেক্ষাগৃহত আজি নিচামুক্ত ভাৰত আৰু বাল্য বিবাহমুক্ত ভাৰত অভিযান সন্দৰ্ভত সমন্বিত যোগাযোগ আৰু প্ৰচাৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

kar 2 | ASSAM TIMES POST
নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

ডিফুৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া বিকাশ ৰাজবংশীয়ে সঞ্চালনা কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ডঃ কাদম বিনি তেৰাংপী। তেওঁ সুস্থ-সবল সমাজৰ বাবে মাদকদ্ৰব্যৰ অপকাৰিতা আৰু বাল্য বিবাহৰ সামাজিক প্ৰভাৱৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। তেওঁ লগতেনিচামুক্ত ভাৰত আৰু বাল্য বিবাহমুক্ত ভাৰত সঁচা অৰ্থত প্ৰতিষ্ঠা কৰিবলৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক আহ্বান জনায়। অনুষ্ঠানত নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে কবিতা, গীত পৰিবেশন কৰাৰ লগতে মাদকদ্ৰব্যৰ বদঅভ্যাসে কেনেদৰে এজন ব্যক্তিৰ জীৱন আৰু পৰিয়াল ধ্বংস কৰে তাৰ ওপৰত নাট প্ৰদৰ্শন কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Diphuanti-drugscampaign
Share4Tweet3Send

Related Posts

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং
DIPHU

by News Desk
August 20, 2026
76
Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল
DIPHU

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

by News Desk
August 19, 2026
55
Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু
DIPHU

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

by News Desk
August 19, 2026
78
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

by News Desk
August 14, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

by News Desk
August 7, 2026
50
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ
DIPHU

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

by News Desk
August 6, 2026
51
ADVERTISEMENT
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী
DIPHU

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
50
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ
National-International

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

Dr. Prayas Singhal : ডাঃ প্ৰয়াস সিংঘালৰ মৃত্যুক লৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ দাবী
Guwahati

Dr. Prayas Singhal : ডাঃ প্ৰয়াস সিংঘালৰ মৃত্যুক লৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ দাবী

September 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

September 3, 2026
Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

September 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d