ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

নিউজ ডেস্কঃ

News Desk by News Desk
September 4, 2026
Reading Time: 1 min read
A A
0
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

RELATED POSTS

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

New Logo Smal 4 | ASSAM TIMES POST

নিচাযুক্ত দ্ৰৱ্যৰ (Drugs) বিৰুদ্ধে কাৰ্বি আংলং (Karbi Anglong) আৰক্ষীৰ অভিযান অব্যাহত আছে। তাৰ মাজতে শুকুৰবাৰে শান্তিপুৰ বৰপথাৰ আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰে। আৰক্ষীৰ তালাচীৰ সময়ত খাকৰাজানৰ নাকা তালাচীত ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখী প্ৰতিমা আই (পঞ্জীয়ন নং AS-02-BC-9854) নামৰ যাত্ৰীবাহী বাছখনৰ পৰা ১৯২ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ নেতৃত্বত বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিত কুমাৰৰ সহযোগত শান্তিপুৰ বৰপথাৰ আৰক্ষীয়ে এই অভিযান চলায়।

karbi1 1 | ASSAM TIMES POST
কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহকাৰী মৈৰাবাৰীৰ ইৰফান আলীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। সৰবৰাহকাৰী ইৰফান আলীয়ে এটা বেগত কাপোৰৰ সৈতে ১৬টা চাবোনৰ বাকচৰ ভিতৰত ড্ৰাগছখিনি ভৰাই লুকুৱাই আনিছিল। আৰক্ষী সূত্ৰে জানিব পৰা মতে, উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Drugsseized
Share4Tweet3Send

Related Posts

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

by News Desk
September 2, 2026
63
Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

by ASSAM TIMES POST
September 2, 2026
65
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত
KARBI ANGLONG

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

by News Desk
September 1, 2026
66
Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন
KARBI ANGLONG

Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন

by News Desk
August 28, 2026
56
Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক
KARBI ANGLONG

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

by News Desk
August 28, 2026
60
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

by ASSAM TIMES POST
August 27, 2026
55
ADVERTISEMENT
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

September 4, 2026
50
FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ
National-International

FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ

September 4, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

September 4, 2026
50
ISRO : পাক-চীন সীমান্তৰ নিৰীক্ষণৰ উপৰি হিমবাহৰ ওপৰতো চকু ৰাখিব পৰা নতুন উপগ্ৰহ উৎক্ষেপণ ইছৰোৰ
National-International

ISRO : পাক-চীন সীমান্তৰ নিৰীক্ষণৰ উপৰি হিমবাহৰ ওপৰতো চকু ৰাখিব পৰা নতুন উপগ্ৰহ উৎক্ষেপণ ইছৰোৰ

September 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

September 4, 2026
FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ

FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ

September 4, 2026
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

September 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d