ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলং বিভিন্ন স্থানত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

ASSAM TIMES POST by ASSAM TIMES POST
March 8, 2020
Reading Time: 1 min read
A A
0
কাৰবি আংলং বিভিন্ন স্থানত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

0 1 e1574345654996 6 1 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলাৰ সদৰ চহৰকে ধৰি বিভিন্ন স্থানত আন্তৰ্জাতিক নাৰী দিৱসটি উলহ-মালহেৰে পালন কৰা হয় ৷ ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ উদ্যোগত ডিফু ক্লাৱত অনুষ্ঠিত হোৱা নাৰীদিৱসৰ কাৰ্যসূচীত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, বৰ্তমান যুগতো মহিলা সকলো সমাজৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে ৷ মহিলা সকল পুৰুষৰ সমানে ফেৰ মাৰিব পৰা হৈছে ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/03/WhatsApp-Video-2020-03-08-at-6.56.53-PM.mp4

মহিলাৰ সকলৰ প্ৰতি সম্মান জনাইয়েই আজি পুৱাৰ ভাগত ডিফু – লামডিং পথত ১ কোটি টকা ব্যয় সাপেক্ষে মহিলা নিৱেশৰ এক আধাৰশিলা স্থাপন কৰে ৷ পৰৱৰ্তী পৰ্যায়ত আন্তৰ্জাতিক নাৰী দিৱস এই ভৱনতে অনুষ্ঠিত কৰাৰ উদ্যেশ্যৰে এই ভৱনৰ আধাৰশিলা স্থাপন কৰা হৈছে ৷

3aa4a82d a6e7 418c 88b5 56a7ce129fa0 | ASSAM TIMES POST

পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙেও নাৰী দিৱসৰ লগত সংগতি ৰাখি ডিফুত এক মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰে ৷ আনহাতে ডিফু কলা কেন্দ্ৰত কেএনচিএ, আইপোৱা, কেএডব্লিউজেএফ আৰু ইউকেডব্লিউজেএফেও যৌথবভাবে আন্তৰ্জাতিক নাৰী দিৱসটি উদযাপন কৰে ৷ এই উদ্যেশ্যে সংগঠন কেইটাই নাৰী ঐক্যৰ উদাহৰণ স্বৰূপে ডিফু চহৰৰ মাজেৰে এক শান্তি সমদল বাহিৰ কৰে ৷

কেএনচিএৰ সভানেত্ৰী প্ৰতিমা ইংহীয়ে সাংবাদিকৰ আগত কয়যে, মহিলা সকলে নিতৌ ন ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱাৰ লগতে প্ৰতিবছৰে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বাবে চৰকাৰক দাবী জনাই অহাৰ পিছতো চৰকাৰে মুঠেই গ্ৰাহ্য কৰা নাই, কাৰবি আংলঙত এএছডিচি, চি আই(এম এল)ৰ দিনত নাৰী দিৱসত চৰকাৰী বন্ধৰ দিন ঘোষণা কৰা হৈছিল যদিও পৰিষদীয় চৰকাৰ খনৰ দায়িত্ব কংগ্ৰেছ আৰু বিজেপিয়ে পোৱাৰ পিছত সেই বন্ধ উঠাই দিলে চৰকাৰৰ যিবোৰ নিম্ন মানৰ আঁচনিত মহিলা ১০০ শতাংশ নিযুক্তি প্ৰদান কৰিছে সেইবোৰৰ বাবে মহিলা নিবণুৱা সকলক সস্তীয়া দৰমহাৰে খটুৱাইছে ৷

সেয়ে চৰকাৰৰ নাৰী বিৰোধী স্থিতি সমূহৰ গৰিহণা দিছে সভানেত্ৰী গৰাকীয়ে ৷ আত্ম সহায়ক গোট, এনআৰএলএমতো বিভিন্ন আসোঁৱাহ ৰৈ যোৱা বুলি অভিযোগ কৰিছে নেতৃ গৰাকীয়ে ৷ ইয়াৰোপৰি জিলা মহিলা কংগ্ৰেছ সমিতিয়েও নাৰী দিৱসটি ডিফুত পালন কৰা বুলি জানিব পৰা গৈছে ৷

Tags: Featured2
Share4Tweet3Send

Related Posts

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
ADVERTISEMENT
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
50
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx