
হোজাই ন-ভঙাত কোনো দুৰ্বৃত্তয় মহিলাগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পেলাই থৈ যোৱা সন্দেহ প্ৰকাশ। আহত মহিলাগৰাকীৰ নাম বকুল গুৰি গাঁৱৰ অৰ্চনা বেগম বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত।












