ASSAM TIMES POST
নিউজ ডেস্ক
নিয়া গোচৰত কৃষক নেতা গগৈ জামিন মঞ্জুৰ কৰা হৈছে।চান্দমাৰি নিয়া আদালতে গগৈ জামিন মঞ্জুৰ কৰিছে।নিয়া আদালতৰ জামিনক প্ৰত্যাহ্বান জনায় উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে নিয়া অধিবক্তা।
বুধবাৰে মুকলি আকাশৰ তললৈ অহা সম্ভাৱনা আছে গগৈ।নিয়া আদালতৰ ২০২৯/১৩গোচৰত জামিন মঞ্জুৰ।ইফালে অখিলৰ বিৰুদ্ধে চিআইডি আৰু বহুকেইখন থানাত ৰুজু হৈ আছে গোচৰ।পুনৰ সেই সমূহ গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা সম্ভাৱনা আছে।
বৰ্তমান আদালতত উপস্থিত আছে অখিলৰ পত্নী গিতাশ্ৰী তামুলী, ছাত্ৰ মুক্তি সংগ্রাম সমিতি সদস্য প্ৰাঞ্জল কলিতা, প্ৰাক্তন সতীৰ্থ কমল কুমাৰ মেধি।











