ASSAM TIMES POST
অসম প্ৰথমটো কৰ’না ভাইৰাছ (ক’ভিড-১৯)ত আক্রান্তৰ ঘটনা কৰিমগঞ্জৰ এজন ৫২ বছৰীয়া ব্যক্তিৰ দেহত ধৰা পৰিছে । আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ।

শিলচৰ মেডিকেল কলেজত বৰ্তমান ব্যক্তিগৰাকীক ভৰ্তি কৰোৱা হৈছে । লগতে আছুটিয়াকৈ ব্যক্তিগৰাকীক চলাই থকা হৈছে চিকিৎসা । এইকথা প্ৰকাশ টুইটাৰ জৰিয়তে প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।













