ASSAM TIMES POST
নিউজ ডেস্ক
দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী ক’ৰনা ভাইৰাছে।বুধবাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এটা দিনত নতুনকৈ আক্রান্ত হল ২৬৭জন। ৰাতি ১১বজালৈ পোৱা তথ্য অনুসৰি দেশৰ ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য কৰ’না আক্রান্ত সংখ্যা হৈছে গৈ ১৬১৪জন। বৰ্তমান সময়লৈকে মৃত্যুক আঁকোৱালি লৈছে ৪৭জনে।
গুৰুত্বপূৰ্ণ কথা এই যে অসম আৰু ঝাড়খণ্ড শেহতীয়া আক্রান্ত হৈছে কৰ’না ভাইৰাছত। উল্লেখ যে, মাৰাত্মক কৰ’না ভাইৰাছত আক্রান্ত হৈ দেশত এই পৰ্যন্ত ১৪৮গৰাকীৰ ব্যক্তি আৰোগ্য হৈছে।
বৰ্তমান সময়লৈ ভাৰত তথা বিশ্বত COVID-19ত আক্ৰান্তৰ তালিকাখন তলত দিয়া হ’ল-














