ASSAM TIMES POST
অসমত ক’ভিড-১৯ আক্ৰান্ত সংখ্যা 24টালৈ বৃদ্ধি। আক্ৰান্তসকলৰ এজন কামৰূপ(ম)ৰ, এজন কামৰূপ (গ্ৰামীণ)ৰ, এজন গোলাঘাটৰ আৰু এজন মৰিগাঁৱৰ । মুঠ চাৰিগৰাকী ব্যক্তি নতুনকৈ চিনাক্ত হৈছে।

দুজন নিজামুদ্দিন সৈতে জড়িত আৰু এগৰাকী নিজামুদ্দিনৰ সৈতে জড়িত নহয় । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰিছে এই কথা।













