ASSAM TIMES POST
নিউজ ডেস্ক
আজি দেশত সৰ্বমুঠ ৩৯৩জন কৰ’নাত আক্ৰান্ত হয়। সৰ্বাধিক আক্ৰান্ত ৰাজ্যসমূহৰ ভিতৰত তামিলনাডুত ৭৪, মহাৰাষ্ট্ৰত ৪৭ উত্তৰ প্ৰদেশ ৬০ আৰু দিল্লী ৫৯ জন আক্ৰান্ত। দেশত আজি সুস্থ হোৱা লোক আছিল ৩৬জন আৰু মৃত্যু হৈছিল ১৩জনৰ।
তলত এখন তালিকা দিয়া হ’ল-














