ASSAM TIMES POST
নিউজ ডেস্ক
দেওবাৰ ৰাতি ১১বজা পৰ্যন্ত সৰ্বমুঠ ৫৩৬জন কৰ’নাত আক্ৰান্ত হয়। সৰ্বাধিক আক্ৰান্ত ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰত ১১৩, তামিলনাডু ৮৬ আৰু দিল্লী ৫৮ জন আক্ৰান্ত। দেশত আজি সুস্থ হোৱা লোক আছিল ৩৫জন আৰু মৃত্যু হৈছিল ২০জনৰ।
তলত এখন তালিকা দিয়া হ’ল-














