ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰ’ণা ভাইৰাছৰ সংসাৰীত এতিয়া স্তব্ধ সমগ্ৰ বিশ্বৰ জনজীৱন।বিশ্বৰ বিভিন্ন দেশত ক’ৰ’ণা ভাইৰাছৰ বাবে এতিয়া আবদ্ধ হৈ আছে ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰী।আর্থিক সমস্যাৰ সন্মুখীন হৈছে আৱদ্ধ হৈ থকা উচ্চশিক্ষা গ্ৰহণৰ বাবে যোৱা শিক্ষাথী সকল।সেই কথা লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল বহি ৰাষ্ট্ৰত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ বাবে দুই হাজাৰ ডলাৰকৈ বেংক একাউন্টত ভৰাই দিয়া কথা ঘোষণা কৰিছিল।

সেই ঘোষণা অনুসৰি ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত মুকলি কৰি দিছে ২১গৰাকীৰ ছাত্ৰ-ছাত্ৰী বাবে সাহায্য।আমেৰিকা যুক্তৰাষ্ট্ৰ, কোৱালামপুৰ আদিত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে প্ৰথম কিস্তিত মুকলি কৰি দিয়া হৈছে একহাজাৰ ডলাৰ। এই কথা ঘোষণা কৰিছে ৰাজ্য বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি ২১জন ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰি দিছে- ১৫লাখ ৪৪হাজাৰ ৮৭০টকা।
ক’ৰনা ভাইৰাছৰ সংসাৰীত এতিয়া স্তব্ধ সমগ্ৰ বিশ্বৰ জনজীৱন।বিশ্বৰ বিভিন্ন দেশত ক’ৰ’ণা ভাইৰাছৰ বাবে এতিয়া আবদ্ধ হৈ আছে ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰী।আর্থিক সমস্যাৰ সন্মুখীন হৈছে আৱদ্ধ হৈ থকা উচ্চশিক্ষা গ্ৰহণৰ বাবে যোৱা শিক্ষাথী সকল।সেই কথা লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল বহি ৰাষ্ট্ৰত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ বাবে দুই হাজাৰ ডলাৰকৈ বেংক একাউন্টত ভৰাই দিয়া কথা ঘোষণা কৰিছিল।
সেই ঘোষণা অনুসৰি ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত মুকলি কৰি দিছে ২১গৰাকীৰ ছাত্ৰ-ছাত্ৰী বাবে সাহায্য।আমেৰিকা যুক্তৰাষ্ট্ৰ, কোৱালামপুৰ আদিত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে প্ৰথম কিস্তিত মুকলি কৰি দিয়া হৈছে একহাজাৰ ডলাৰ। এই কথা ঘোষণা কৰিছে ৰাজ্য বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি ২১জন ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰি দিছে- ১৫লাখ ৪৪হাজাৰ ৮৭০টকা।
ক’ৰনা ভাইৰাছৰ সংসাৰীত এতিয়া স্তব্ধ সমগ্ৰ বিশ্বৰ জনজীৱন।বিশ্বৰ বিভিন্ন দেশত ক’ৰ’ণাভাইৰাছৰ বাবে এতিয়া আবদ্ধ হৈ আছে ৰাজ্যৰ একাংশ ছাত্ৰ-ছাত্ৰী।আর্থিক সমস্যাৰ সন্মুখীন হৈছে আৱদ্ধ হৈ থকা উচ্চশিক্ষা গ্ৰহণৰ বাবে যোৱা শিক্ষাথী সকল।সেই কথা লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল বহি ৰাষ্ট্ৰত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ বাবে দুই হাজাৰ ডলাৰকৈ বেংক একাউন্টত ভৰাই দিয়া কথা ঘোষণা কৰিছিল।