ASSAM TIMES POST
* লকডাউনৰ পিছত অসমলৈ ঘূৰি অহা লোকসকলৰ ৰেজিষ্ট্ৰেচন কৰা হ’ব।
* অসমৰ বাহিৰত থকা স্বাস্থ্যৰ লগত জড়িত ব্যক্তি স্বেচ্ছামূলকভাৱে অসমত সেৱা আগবঢ়াব পাৰিব।
* মাৰ্কাজেৰে জড়িত ১২৮জন এতিয়াও নমুনা সংগ্ৰহ কৰিবলৈ বাকী।
* স্বেচ্ছাই যোগাযোগ নকৰিলে মঙলবাৰৰ পৰা আইনী ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।













