ASSAM TIMES POST
নিউজ ডেস্ক:
# ধিংৰ বিধায়ক অমিনুল ইছলামক গ্ৰেপ্তাৰ।
# দেশত ২৪ ঘণ্টাত কৰণা আক্ৰান্তৰ সংখ্যা ৪০০।
# এই পৰ্যন্ত ভাৰতত মৃত্যু ১৩২জনৰ।
# বিশ্বত আক্ৰান্তৰ সংখ্যা ১৪ লাখৰ ওচৰত।
# বিশ্বত মৃত্যুৰ সংখ্যা ৭৫ হাজাৰত উপনীত।
# আমেৰিকাত মৃত্যু মিচিল অব্যাহত।
# বিগত ২৪ ঘণ্টাত আমেৰিকাত মৃত্যু ১১৫০জনৰ।
# চীনত পুনৰ কৰণাত আক্ৰান্ত হৈ এজনৰ মৃত্যু।
# ব্ৰিটিছ প্ৰধান মন্ত্ৰীৰ অৱস্থা সংকটজনক।
# ICU ত ভৰ্তি প্ৰধান মন্ত্ৰীজনক।












