ASSAM TIMES POST
নিউজ ডেস্ক
পুনৰ অসমত কৰ’না ভাইৰাচত আক্ৰান্ত হ’ল আৰু এজনৰ। হাইলাকান্দি জিলাত ধৰা পৰিছে নতুনকৈ আক্রান্ত গৰাকীৰ।সেই অনুসৰি ২৮জনলৈ বৃদ্ধি পালে আক্ৰান্ত সংখ্যা।উল্লেখ যে আক্রান্ত ব্যক্তিগৰাকীৰ কিছুদিন পূৰ্বে ভ্ৰমণ কৰিছিল চৌদি আৰৱ।

© 2020 Assam Times Post. | Powered By Webx