ASSAM TIMES POST
নিউজ ডেস্ক
মহামাৰী ক’ৰনা ভাইৰাছৰ আতংকৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ ছেবাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।২০১৯-২০বর্ষ হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল ঘোষণা হ’ব ১৫ মে’ৰ পিছত।উল্লেখ যে পূৰ্বে প্ৰায় ১৫মে’ৰ আগতে ঘোষণা হৈছিল মেট্ৰিকৰ ফলাফল।
ইফালে বৰ্তমান সময়ৰ লৈকে ক’ৰনা আতংকৰ মাজতে পৰীক্ষাৰ ৮০ৰ পৰা ৮৪% উত্তৰ বহী ছোৱা কাম সম্পূৰ্ন কৰিছে ছেৱাৰ কৰ্তৃপক্ষই।এই সকলো কথা অৱগত কৰিছে ছেৱাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে।













