ASSAM TIMES POST
কলিয়াবৰঃ গড়কাপ্তানী বিভাগৰ নগাওঁ জিলাৰ ঠিকাদাৰ সন্থাই কলিয়াবৰত আৰম্ভ কৰিছে ছেনিটাইজেচনৰ কাম। জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজিৰ পৰা কলিয়াবৰত আৰম্ভ কৰিছে ছেনিটাইজেচন। কুঁৱৰীটোল প্ৰাথমিক চিকিৎসালয়ৰ পৰা আৰম্ভ কৰিছে এই কাৰ্যসূচী। ইয়াৰ লগে লগে মাস্ক আৰু হেণ্ড গ্লোবছো বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে সন্থাটোৱে।













