ASSAM TIMES POST
নিউজ ডেস্ক
নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ৰ বিৰোধী আন্দোলন জনতাৰ মাজত ব্যাপক ভাৱে গঢ়ি তোলা কৃষক মুক্তি সংগ্রাম সমিতি উপদেষ্টা অখিল গগৈৰ জামিন।
গৌৰীসাগৰ থানাৰ ১৫৪/২০১৯নম্বৰ গোচৰত আজি জামিন লাভ কৰা ডিব্ৰুগড়ত কাৰাৰুদ্ধ হৈ থকা নেতা গৰাকীৰ।শিৱসাগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে এজন ব্যক্তি আৰু ১০হাজাৰ টকাৰ আমানতত কৃষক নেতাজনৰ জামিন মঞ্জুৰ কৰে।













