ASSAM TIMES POST
নিউজ ডেস্ক:
চুবুৰীয়া ৰাজ্য মেঘালয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।সোমবাৰ পৰা ১৭এপ্ৰিললৈ ৰাজ্যখনৰ সকলো সুৰা বিপনি খোলা হব।পুৱা ৯বজাৰ পৰা আবেলি ৪বজালৈ সামাজিক দূৰত্বৰ মানি চলি ৰাজ্যখনত খুলিব পাৰিব সকলো সুৰা বিপনী।এই কথা প্ৰকাশ কৰিছে মেঘালয় চৰকাৰে।
উল্লেখ যে লকডাউনৰ বাবে ৰাজ্যখনত ২৪মার্চ পৰা সকলো সুৰা বিপনী বন্ধ আছে।কিন্তু শুভাগ্য কথা এই যে ৰাজ্যখনত বৰ্তমান সময়লৈকে কোনো ব্যক্তি দেহত ধৰা পৰা নাই ক’ভিড-১৯।













