ASSAM TIMES POST
নিউজ ডেস্ক
ক’ভিড 19 ক লৈ বিশ্বজুৰি সন্ত্ৰাস চলি থকাৰ সময়তে আজি অসমত ক’ভিড19 ৰ আক্ৰান্তৰ তালিকাত আৰু এজন বৃদ্ধি হৈ ৩০ জনলৈ বৃদ্ধি পালে ৷শেহতীয়াকৈ ধুবুৰীৰ এজন লোক আক্ৰান্ত হৈছে কোৰোনাত।দিল্লীৰ নিজামুদ্দিন দৰগাহৰ মাৰ্কাজত অংশ লৈছিল লোকজনে৷ অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মাই নিশ্চিত কৰিছে এই কথা ৷














