ASSAM TIMES POST
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল
ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত ৰাইজক বিহুৰ শুভেচ্ছা দিলে মুখ্যমন্ত্ৰীয়ে ৷
# সমূহ ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা
# আমি সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ লগতে অসমতো ঐক্যবদ্ধ যুঁজ দিবলগীয়া হৈছে ক’ৰোনাৰ বিৰুদ্ধে
# প্ৰতিটো অঞ্চলত ৰাইজে প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাইছে
# এই সময়চোৱাত ৰাইজৰ বহু কষ্ট হৈছে, কিন্তু এই দায়িত্ব আমি পালন কৰিবই লাগিব
# কাইলৈ সন্ধিয়া ৬ বজাত নিজ নিজ পদ্ধতিৰে এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিব লাগে, এয়া ৰাইজলৈ আহ্বান
# সামাজিক দূৰত্ব বৰ্তাই ৰখাত ৰাইজে যেনেদৰে ভূমিকা লৈছে সেয়া অত্যন্তই জৰুৰী
# অসম চৰকাৰৰ যিসকল কৰ্মকৰ্তাই ক’ৰোনাৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দিছে ধন্যবাদ জনাইছো
# জৰুৰীকালীন সেৱাত নিয়োজিত সকলোকে কৃতজ্ঞতা জ্ঞাপন
# নিষ্ঠাসহকাৰে কাম কৰি থকা সাংবাদিকসকলকো কৃতজ্ঞতা জ্ঞাপন
ৱাইন শ্ব’প প্ৰতিক্ৰিয়া
# ভাৰত চৰকাৰে দিয়া নিৰ্দেশনা আমি পালন কৰিব লাগিব।
# কোনো পৰিস্থিতিতে যাতে কোনো ব্যক্তিয়ে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত অৱহেলা নকৰে।













