ASSAM TIMES POST
গৰু বিহুৰ দিনা গোৱালপাৰাত ধৰা পৰিছে এগৰাকীৰ কৰ’না আক্রান্ত। তেওঁ নিজামুদ্দিনৰ লগত জড়িত ব্যক্তিৰ সান্নিধ্যত থকাত ব্যক্তিজনৰ দেহত ধৰা পৰিছে ক’ৰনা। স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এইকথা প্ৰকাশ কৰিছে তেওঁৰ টুইটাৰ যোগে ।

এই পৰ্যন্ত ৰাজ্যত কৰ’না আক্রান্ত সংখ্যা ৩১জনলৈ বৃদ্ধি পালে।













