ASSAM TIMES POST
বহাগ মাহৰ প্ৰথম দিনটোতে ৰাজ্যত ধৰা পৰিলে ক’ৰনা আক্ৰান্ত। ধুবুৰীৰ এগৰাকীৰ মহিলা দেহত ধৰা পৰিছে ক’ৰনাৰ উপস্থিতি। এইকথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰযোগে। বৰ্তমান অসমত ৩২জনলৈ বৃদ্ধি পালে ক’ৰনা আক্রান্তৰ সংখ্যা।

টুইটাৰত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে, নতুনকৈ ধৰা পৰা মহিলাগৰাকীৰ নিজামুদ্দিন মাৰকাজৰ ধৰ্মীয় অনুষ্ঠানত উপস্থিত থকা ব্যক্তিৰ সান্নিধ্যত আহিছিল সাতগাঁও মছজিদৰ সভাত।













