ASSAM TIMES POST
নিউজ ডেস্ক:

# দেশত কৰণাত মৃত্যু ৫০০ অতিক্ৰম, আক্ৰান্তই অতিক্ৰম কৰিলে ১৫ হাজাৰ ৭০০।
# ইচ্ছাকৃতভাৱে ভাইৰাছ বিয়পাই থাকিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব পাৰে : চীনক ট্ৰাম্পৰ ভাবুকি।
# আগন্তুক ৫-৭ দিনৰ ওপৰত নিৰ্ভৰ কৰিছে বহু কথা : এইমছ প্ৰধান।
# কৰণাৰ গ্ৰাসত বিশ্ব : মৃত্যুৱে অতিক্ৰম কৰিলে ডেৰ লাখ, আক্ৰান্ত ২৩ লাখ ৩২ হাজাৰ প্রায়।
# অসম চৰকাৰৰ সকলো কাৰ্যালয় খুলিব ২১ এপ্ৰিলৰ পৰা : চৰকাৰৰ বিশেষ নিৰ্দেশনা।













