ASSAM TIMES POST
গছতো থোপা থোপে ওলমে সাপ। ইলহাদা কুইমাদা গ্ৰেণ্ড ইছে ব্ৰাজিলৰ এটা দ্বীপ। এই দ্বীপটোত সাপৰ বসতি স্থান। ইয়াত এই বিষাক্ত সাপৰ বাবে মানুহ বসতি কৰাৰ বাবে উপয়ুক্ত নহয়। যদিও বহু চোৰাং চিকাৰীয়ে এই দ্বীপত গৈ সাপৰ বিষৰ আয়ত্ব কৰি চোৰাং বেহা কৰে।













