ASSAM TIMES POST
নিউজ ডেস্ক:
ধুবুৰী বিলাসীপাৰাত পুনৰ ধৰা পৰিছে এগৰাকীৰ ব্যক্তি দেহত ক’ভিড-১৯উপস্থিতি।টেষ্টত ধৰা পৰিছে ব্যক্তি গৰাকীৰ ক’ৰনা উপস্থিতি।আঠগাঁও মছজিদৰ সৈতে জড়িত আছিল ব্যক্তি গৰাকীৰ।এই কথা প্ৰকাশ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যত মুঠ ৩৫জনলৈ বৃদ্ধি পালে আক্রান্ত সংখ্যা।উল্লেখ যে ইয়াৰ ১৯গৰাকীৰ ইতিমধ্যে সুস্থ হোৱাৰ বিপৰীতে ১গৰাকীৰ মৃত্যু হৈছে।
আনহাতে ১৫জন বৰ্তমান চিকিৎসাধীন হৈ আছে।













