ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাজ্যখনৰ অৰ্থনীতিত কা-আন্দোলন আৰু ক’ভিড-১৯ৰ প্ৰভাৱ:বিভিন্ন ক্ষেত্ৰত চলিত বৰ্ষত তচনচ কাজিৰঙাৰ অৰ্থনীতি

ASSAM TIMES POST by ASSAM TIMES POST
April 27, 2020
Reading Time: 1 min read
A A
0
ৰাজ্যখনৰ অৰ্থনীতিত কা-আন্দোলন আৰু ক’ভিড-১৯ৰ প্ৰভাৱ:বিভিন্ন ক্ষেত্ৰত চলিত বৰ্ষত তচনচ কাজিৰঙাৰ অৰ্থনীতি

0 1 e1574345654996 6 1 2 2 12 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

অজন্তা তালুকদাৰ

ৰাজ্যখনৰ অৰ্থনীতিত কা-আন্দোলন আৰু ক’ভিড-১৯ এ পেলাইছে প্ৰভাৱ। সম্প্ৰতি এই প্ৰভাৱে বিধ্বস্ত কৰিছে তিনিখনকৈ জিলাই আগুৰি ৰখা কাজিৰঙাকো। চলিত বৰ্ষত বিক্ষিপ্ত পৰিঘটনাত কাজিৰঙাই বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাৰ লগতে তচনচ হৈছে কাজিৰঙাৰ অৰ্থনীতি।

কা-আন্দোলন, ক’ভিড-১৯ৰ কবলত কাজিৰঙা পৰ্যটন উদ্যোগ। কিন্তু তাৰ মাজতো আছে আশাপ্ৰদ খবৰ। ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ১,৬৮,৭৩৮ গৰাকী ভাৰতীয় আৰু ৭,৪৪৩ গৰাকী বিদেশী পৰ্যটকৰ বিপৰীতে ২০১৯-২০ বৰ্ষত কাজিৰঙাত ক্ৰমে ১,৫৪,৩৫৭ গৰাকী ভাৰতীয় আৰু ১১,৩৯২ গৰাকী বিদেশী পৰ্যটকে কাজিৰঙা দৰ্শন কৰে।

২০১৮-১৯ বৰ্ষৰ তুলনাত ভাৰতীয় পৰ্যটক কিছু হ্ৰাস হ’লেও বিদেশী পৰ্যটক বৃদ্ধি পালে আশাতীতভাৱে। অৰ্থাৎ ৩,৯৪৯ গৰাকী বিদেশী পৰ্যটক ২০১৯-২০ বৰ্ষত বৃদ্ধি হ’ল। ২০১৮-১৯ বৰ্ষৰ মুঠ পৰ্যটক ১,৭৬,১৮১ গৰাকীৰ বিপৰীতে অৱশ্যে ২০১৯-২০ বৰ্ষত ১,৬৫,৭৪৯ গৰাকীলৈ হ্ৰাস পোৱাৰ লগতে পৰ্যটকৰ পৰা লাভ কৰা ৰাজহো কিছু হ্ৰাস পায়।

২০১৮-১৯ বৰ্ষত ৪,৮২,৪২,২২৯ টকাৰ বিপৰীতে ২০১৯-২০ বৰ্ষত ৰাজহ সংগ্ৰহ হয় ৪,৭৫,৮৩,৪৯১ টকা। বিভিন্ন সুবিধাৰে সজ্জিত উদ্যানখনে পৰ্যটকৰ পৰা শেষৰ বছৰটোত দহ কোটি টকা সংগ্ৰহৰ আশা কৰিছিল।

কিন্তু কা-আন্দোলন আৰু ক’ভিড-১৯ ৰ প্ৰভাৱত দেশীয় পৰ্যটক হ্ৰাস পোৱা আৰু বিদেশী পৰ্যটকৰ বহু বুকিং বাতিল কৰিব লগীয়া হোৱাৰ বাবেই ৰাজহ হ্ৰাস হোৱা বুলি অনুমান কৰা হৈছে। ২০০৯-১০ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষৰ মাজত উদ্যানখনে পৰ্যটকৰ পৰা সৰ্বাধিক ৰাজহ লাভ কৰিছিল ২০১৭-১৮ বৰ্ষত। পৰিমাণ আছিল ৫,৬০,২২,২৯৫ টকা।

Tags: featured3
Share17Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

July 4, 2026
50
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

July 4, 2026
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx