ASSAM TIMES POST
নিউজ ডেস্ক:
বঙাইগাঁও জিলা চালমৰাত ১৬ বছৰীয়া এগৰাকী যুৱতী দেহত ধৰা পৰাৰ পিছতে, আকৌ গোৱালপাৰা জিলাত এজনৰ গাত কভিত-১৯ত সম্ভেদ পাইছে বুলি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে।

উল্লেখ যে, নিজামুদ্দিনৰ সৈতে জড়িত ব্যক্তি সংস্পৰ্শলৈ আহিছিল এই ব্যক্তিগৰাকী। বৰ্তমানে অসমত ৩৭জনলৈ বৃদ্ধি পালে ক’ৰোনা আক্রান্তৰ সংখ্যা।













