ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত বিধি অমান্য কৰা সকললৈ জৰিমনাৰ ঘোষণা পৌৰসভাৰ:ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলকঃ

ASSAM TIMES POST by ASSAM TIMES POST
April 29, 2020
Reading Time: 1 min read
A A
0
বোকাখাতত বিধি অমান্য কৰা সকললৈ জৰিমনাৰ ঘোষণা পৌৰসভাৰ:ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলকঃ

0 1 e1574345654996 6 1 2 2 14 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

বোকাখাত : সম্প্ৰতি কৰ’ণা ভাইৰাচৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত চলি থকা লক-ডাউনৰ বিধি কটকটীয়া কৰি তুলিবলৈ প্ৰচেষ্টাৰত বোকাখাত পৌৰসভা। এই উদ্দেশ্যে বোকাখাত পৌৰসভাই জাৰি কৰা বি এম বি (জি)/০৮/২০২০-২১নং জাননী যোগে বোকাখাত নগৰত মহামাৰী প্ৰতিৰোধৰ বাবে গােটা আৱর্জনা বিধি-২০১৬ আৰু দূর্যোগ ব্যৱস্থাপনা আইন -২০০৫, ধাৰা -৫১(খ)ৰ অধীনত কেতবোৰ নীতি বান্ধি দিয়ে।

সেই অনুসৰি জাননীখনত কোৱা হয় যে ৰাজহুৱা স্থান, পথ, পদপথ, পদ বিভাগ ইত্যাদিত তামোল-পান, গুটখা ইত্যাদি খাই পিক, থু-খেকাৰ পেলােৱাটো এটা অপৰাধ, কাৰণ যতে ততে থু-খেকাৰ পেলোৱাটো বর্তমান মহামাৰী ৰূপ লােৱা কৰ’না ভাইৰাছ সংক্ৰমণৰ এটা কাৰণ হ’ব পাৰে। তদুপৰি মাস্ক পৰিধান নকৰাটো এটা অপৰাধ, কাৰণ এনে কাৰ্য্যই কৰ’না ভাইৰাছ সংক্ৰমণৰ সহায়ক হ’ব পাৰে।

সেয়ে সমূহ জনসাধাৰণক পৌৰসভা এলেকাসমূহ চাফ-চিকুণ কৰি ৰখাত সহযােগ কৰিবৰ বাবে আৰু বাজহুবা স্থানত মুখা পবিধান কৰি চলাচল তথা যাতায়ত কৰিবৰ বাবে অনুৰোধ জনায়। পৌৰসভাৰ লগত জনসাধাৰণে সহযােগ কবিলেহে নগৰখন পৰিস্কাৰ হৈ থকাৰ লগতে কৰ’না ভাইৰাছ প্রতিহত কৰাত সহায়ক হ’ব। সেয়েহে সকলাে জনসাধাৰণক বিধিসন্মত নিয়ম মানি চলিবলৈ অনুৰোধ জনায় জাননীখনত।

অন্যথা ওপৰত উল্লিখিত আইন অনুযায়ী তামোল পান, গুটখা খাই পিক, থু-খেকাৰ পেলােৱা ব্যক্তিৰ বিৰুদ্ধে আইনগত ব্যবস্থা গ্রহণ কৰা হ’ব বুলি জাননীযোগে পৌৰসভাই জানিবলৈ দিয়ে। লগতে পৌৰ আইন ১৯৫৬ অনুসৰি আইন অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে ২০০ টকা পিক পেলােৱাৰ বাবে আৰু ১০০ টকা মুখা পৰিধান নকৰাৰ বাবে জৰিমনা বিহা হ’ব বুলিও জাননীখনত টানি উল্লেখ কৰা হয়।

Tags: Featured2
Share4Tweet3Send

Related Posts

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx