ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ মাজতে পুনৰ ৰাজ্যত এক ভয়ংকৰ খবৰ।বঙাইগাঁওত নতুনকৈ চাৰি গৰাকীৰ ব্যক্তি দেহত ধৰা পৰিছে ক’ৰনা উপস্থিতি।এই কথা প্ৰকাশ কৰিছে ৰাজ্য স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।

টুইটাৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত ৪১জনলৈ বৃদ্ধি পালে ক’ৰনাৰ আক্রান্ত।নতুন আক্রান্ত কেইজনৰ সৈতে এতিয়া ৰাজ্যত ১১জনলৈ বৃদ্ধি পালে চিকিৎসাধীন ৰোগী সংখ্যা।












