![]()
ডিফু:বিশিষ্ট সাহিত্যিক, সমাজ সেৱক, তথা কাৰবি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুভাষ চন্দ্ৰ দাসৰ বিয়োগত কাৰবি আংলং জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰয়াত দাসৰ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে লগতে কাৰ্যবাসী দণ্ডাধীশ উপাসনা দত্তক প্ৰয়াত সুভাষ চন্দ্ৰ দাসৰ বকলীয়াস্থিত বাসগৃহত গৈ পৰিয়াল বৰ্গৰ খবৰ লবলৈ নিৰ্দেশ প্ৰদান কৰে ৷













