ASSAM TIMES POST
নিউজ ডেস্ক:
গুৱাহাটীত চাৰিজন ব্যক্তি দেহত ক’ৰনা ভাইৰাছ।তাৰে এজন বহি ৰাজ্যৰ পৰা আহি হোম কোৱাৰেণ্টাইনত থকা বিপৰীতে বাকী তিনিজন গুৱাহাটী।এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজ্যত আক্রান্ত সংখ্যা ৫৩জনলৈ বৃদ্ধি পালে।আজি দিনটোত ৮জন আক্রান্ত।













