ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউন শিথিলতা পিছতে গুৱাহাটী(ম) দেখা দিয়া ভয়ংকৰ পৰিস্থিতি বাবে প্ৰশাসনে গুৱাহাটীক অৰেঞ্জ জন ঘোষণা কৰা সম্ভাৱনা।আজি যিকোনো মুহূৰ্তত বৰ্তমান গ্ৰীণ জনত থকা গুৱাহাটীৰ পৰিৱৰ্তন হব অৰেঞ্জ ‘জনলৈ। বিশেষ সূত্ৰ পৰা লাভ কৰা খবৰ অনুসৰি আজিয়ে ঘোষণা সম্ভাৱনা আছে।
উল্লেখ যে অৰেঞ্জ জন ঘোষণা হোৱাৰ লগে-লগে পূৰ্বৰ প্ৰথম আৰু দ্বিতীয় লকডাউনৰ দৰে ঘূৰি আহিব কঠোৰতা।গ্ৰসাৰী, শাক-পাচলি আৰু ঔষধ দোকানৰ বাহিৰে সকলো বন্ধ থাকিব।সকলো ব্যক্তিগত যান-বাহন চলাচল বন্ধ থাকিব।আন্তজিলা চলাচল সেৱা বন্ধ থাকিব।
গুৰুত্বপূৰ্ণ কথা এই যে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত ৪ গৰাকীৰ কোভিড-১৯ ৰোগী ধৰা পৰিছে।













