ASSAM TIMES POST
নিউজ ডেস্ক:
চান্দমাৰী অমিয় নগৰ প্ৰশাসনে কনটেইনমেণ্ট জন ঘোষণা।অমিয় নগৰৰ সাৰদা দাসৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পিছতে গুৱাহাটী(ম) প্ৰশাসনে ঘোষণা কৰিলে কনটেইনমেণ্ট ‘ জন।উল্লেখ যে বৃহস্পতিবাৰে কোভিড-১৯ধৰা পৰা গুৱাহাটীৰ চাৰি আক্রান্ত অন্যতম আছিল সাৰদা দাস।
ইফালে অন্য এজন আক্রান্ত হৈছে চাংচাৰি দেৱৰাজ আচাৰ্য। তিনিদিন পূৰ্বে চিলিগুৰি পৰা আহিছিল তেওঁ।বৰ্তমান গুৱাহাটীৰ মেডিকেল কলেজত ৰখা হৈছে তেওঁক।













