ASSAM TIMES POST
আজমেৰ পৰা কাছাৰলৈ অহা বাছখনৰ আৰু তিনিজন যাত্ৰী কোভিড-১৯আক্ৰান্ত।এই কথা প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত মুঠ আক্রান্ত সংখ্যা ৫৬জনলৈ বৃদ্ধি পালে । গুৰুত্বপূৰ্ণ কথা এই যে বাছখনত শিশুসহ মুঠ ৪৫জন যাত্ৰী আহিছিল। তাৰে বৰ্তমান সময় লৈ ৮ জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ । বাকীসকল ব্যক্তি দেহটো কোভিড-১৯ ধৰা পৰা সম্ভাৱনা থকা কথা ইতিমধ্যে মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰিছে।













