ASSAM TIMES POST
নিউজ ডেস্ক:
বহি ৰাজ্যত আৱদ্ধ হৈ থকা অসম প্ৰতিজন ব্যক্তিক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহ্বান “আপোনকলোক আহক মাতৃভূমিলৈ কিন্তু ক’ৰনা মানিব।যতে আছে তাতে পাৰিলে থাকক।যদি উভতি আহে প্ৰশাসনৰ নিয়ম পালন কৰক”।
গুৰুত্বপূৰ্ণ কথা এই যে মন্ত্ৰী শৰ্মাই বৃহস্পতি বাৰে সৰুসজাই কোৱাৰেণ্টাইন স্থলীত তিনিখন কৈ উভতি অহা ব্যক্তি সকলে কাজিয়া কৰা বুলি উল্লেখ কৰি তেওঁ কয় “মাতৃভূমি অসমক ৰক্ষা কৰাত আপোনালোকে সহায় কৰক”।
ইফালে ৬মে’ৰ পৰা বহি ৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰীৰামপুৰ গেটেৰে ৯৭৯জন আৰু ছাগলীয়া গেটেৰে ৫৩জনসহ অসমত মুঠ ১০৩২জন প্ৰৱেশ কৰিছে।তেওঁলোকক কৰা হৈছে পৰীক্ষাৰ।এই কথা অৱগত কৰে মন্ত্ৰী শৰ্মাই।













