ASSAM TIMES POST
লংকা : নগাঁওৰ ননৈৰ যুৱক ৰাজীৱ শইকীয়াই (৩৫) হাবাইপুৰৰ গোঁসাই গাঁৱৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক আজি পাতিবলৈ আহিছিল বাল্যবিবাহ। উক্ত বাল্য বিবাহৰ খৱৰ লংকা চাইল্ড লাইনে লাভ কৰি উদালী আৰক্ষীৰ সহযোগত কইনাৰ গৃহত উপস্হিত হৈ দৰা-কইনা দুয়োজনকে আৰক্ষী থানা লৈ আহে।
পিছত কিশোৰীগৰাকীক চাইল্ড লাইনে শিশু কল্যান সমিতিলৈ প্ৰেৰণ কৰাৰ লগতে দৰা ৰাজীব শইকীয়াক আৰক্ষীয়ে আটক কৰে।













