ASSAM TIMES POST
নিউজ ডেস্ক:
পুনৰ আজমেৰ পৰা কাছাৰলৈ অহা বিশেষ বাছখনৰ আৰু দুগৰাকী যাত্ৰী কোভিড-১৯ আক্ৰান্ত।এই কথা প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যত মুঠ আক্রান্ত সংখ্যা ৫৮জনলৈ বৃদ্ধি পালে।

গুৰুত্বপূৰ্ণ কথা এই যে বাছখনত শিশুসহ মুঠ ৪৫জন যাত্ৰী আহিছিল।তাৰে বৰ্তমান সময় লৈ ১০জনৰ দেহত ধৰা পৰিছে কোভিড-১৯।বাকী সকল ব্যক্তি দেহটো কোভিড-১৯ ধৰা পৰা সম্ভাৱনা থকা কথা ইতিমধ্যে মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰিছে।













