ASSAM TIMES POST
গুৱাহাটীৰ ৰিজনেল ডেণ্টল কলেজৰ এগৰাকী ছাত্ৰৰ শৰীৰত কোভিড-১৯ (ক’ৰোনা) পজিটিভ পোৱা গৈছে। এইকথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰযোগে।

বৰ্তমানলৈ অসমত মুঠ আক্রান্ত সংখ্যা ৫৯জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ২৪জন চিকিতসাধীন হৈ আছে আৰু বাকী ৩৪জনক সুস্থ হোৱাৰ পিছত যাবলৈ দিছে বুলি তেওঁৰ টুইটাৰত প্ৰকাশ কৰিছে।
গুৱাহাটীৰ Regional Dental Collegeৰ এগৰাকী মহিলা দন্ত চিকিৎসক কোৰোণা পজিটিভ।













