ASSAM TIMES POST
ৰাজ্যত পুনৰ তিনিজন ব্যক্তি দেহৰ ধৰা পৰিছে কোভিড-১৯ (ক’ৰোনা)। যোৰহাটত তিনিজনৰ শৰীৰত ধৰা পৰে এই ভাইৰাছ। এইকথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰযোগে।

মুম্বাইৰ পৰা এম্বুলেন্সত আহিছিল তিনিজন ব্যক্তি। তাৰে এজন ইছে এম্বুলেন্সৰ চালক। ড্ৰাইভাৰজনক মুম্বাইলৈ উভতাই পঠিওৱা হৈছে বাকী দুজন আক্রান্ত যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। উল্লেখ যে ৰাজ্যত আক্রান্ত সংখ্যা ৬২ জনলৈ বৃদ্ধি পালে।













